বাণ্ড্ৰাত পৰিয়ালৰসহ ভোটাধিকাৰ সাব্যস্ত শচীন তেণ্ডুলকাৰৰ…

বাণ্ড্ৰাত পৰিয়ালৰসহ ভোটাধিকাৰ সাব্যস্ত শচীন তেণ্ডুলকাৰৰ…
  • চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অব্যাহত।
  • প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে মুম্বাইৰ ভোটগ্ৰহণ কেন্দ্ৰত সাব্যস্ত কৰে ভোটাধিকাৰ।
  • শচীনৰ সৈতে পত্নী অঞ্জলি তেণ্ডুলকাৰ, কন্যা ছাৰা আৰু পুত্ৰ অৰ্জুনেও কৰে ভোটাধিকাৰ সাব্যস্ত।
  • বাণ্ড্ৰাৰ ২০৩ নং ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান পৰিয়ালসহ শচীন তেণ্ডুলকাৰৰ।
  • উল্লেখ্য যে, সোমবাৰে অৰ্জুন তেণ্ডুলকাৰে প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in