গুৱাহাটীলৈ আহিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ…

গুৱাহাটীলৈ আহিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ…
  • দেওবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ.জয়শংকৰ উপস্থিত হ'বহি গুৱাহাটীত।
  • জাপানৰ ৰাষ্ট্ৰদূত সতোশী চুজুকীও আহিব তেওঁ সৈতে।সন্ধিয়া ৫ বজাত গুৱাহাটীৰ বিমান বন্দৰত উপস্থিত হ'বহি দুয়ো।
  • দুয়োজনে তাজ হোটেলত নৈশ জাপন কৰিব৷
  • ১৫ তাৰিখে পুৱা ৭:৩০ বজাত দেৱী মা কামাখ্যা দৰ্শন কৰিব তেওঁলোকে ৷
  • গুৱাহাটীত প্ৰতিষ্ঠা হ'ব লগা জাপানী পুঁজিৰ প্ৰকল্পৰ বুজ ল'বলৈ অসমলৈ আহিব তেওঁলোক।
  • ভাৰতৰ ১৩তম জাপানী ঔদ্যোগিক চহৰ নাগৰবেৰাত স্থাপন কৰা কৰাৰ পৰিকল্পনা কৰা হৈছে।
  • জাপান বাহ্যিক বাণিজ্য সংগঠনে প্ৰকল্পটোৰ প্ৰতিষ্ঠাত নেতৃত্ব গ্ৰহণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in