পি কে দত্তৰ সহায়ক জয়দ্বীপ বৰুৱাৰ বাসগৃহত চিআইডিৰ অভিযান, জব্দ ২২ লাখ টকা…

পি কে দত্তৰ সহায়ক জয়দ্বীপ বৰুৱাৰ বাসগৃহত চিআইডিৰ অভিযান, জব্দ ২২ লাখ টকা…
  • এছ আই কেলেংকাৰীৰ অভিযুক্ত জয়দ্বীপ বৰুৱাৰ বাসগৃহত অভিযান।
  • চিআইডিয়ে অভিযান চলাই জব্দ কৰিছে ২২ লাখ টকা।
  • চানমাৰিস্থিত বাসগৃহত চিআইডিয়ে চলাই এই অভিযান।
  • এছ আই কেলেংকাৰীৰ অভিযুক্ত পি কে দত্তৰ সহায়ক আছিল জয়দ্বীপ বৰুৱা।
  • পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল জয়দ্বীপ বৰুৱাক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in