বিস্ফোৰণস্থলীত উপস্থিত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, কুইণ ওজা

বিস্ফোৰণস্থলীত উপস্থিত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, কুইণ ওজা
  • চিৰিয়াখানাৰ সমীপৰ বিস্ফোৰণস্থলীত উপস্থিত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য।
  • গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইণ ওজাও উপস্থিত ঘটনা স্থলীত।
  • বিস্ফোৰণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা।
  • দোষীক কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে তৎপৰতা গ্ৰহণৰ আহ্বান।
  • এনে বিস্ফোৰণৰ দ্বাৰা দুৰ্বৃত্তই ৰাজ্যৰ শান্তি বিনষ্ট কৰিব বিচাৰিছে বুলি মন্তব্য কুইন ওজাৰ।
  • উল্লেখ্য যে, বিস্ফোৰণ সংঘটিত হোৱাৰ কিছু সময় পিছতেই ঘটনা স্থলীত উপস্থিত হৈছিল কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in