আজি ভাৰতলৈ ৰাছিয়াৰ উপ প্ৰধানমন্ত্ৰী

আজি ভাৰতলৈ ৰাছিয়াৰ উপ প্ৰধানমন্ত্ৰী
  • আজি ভাৰতলৈ ৰাছিয়াৰ উপ প্ৰধানমন্ত্ৰী।
  • নতুন দিল্লীত উপস্থিত হ'বহি য়ুৰী ট্ৰুটনেভ।
  • দুয়ো দেশৰ মাজৰ বাণিজ্য বৃদ্ধিক লৈ হ'ব আলোচনা।
  • তেল, গেছ, পানী, কাঠ, খনিজ সম্পদৰ লগতে আন সামগ্ৰীৰো আমদানি-ৰপ্তানিক লৈ হ'ব আলোচনা
  • ১৩ জুনত ভ্লাদিমিৰ পুটিনৰে নৰেন্দ্ৰ মোদীৰ আলোচনা।
  • আলোচনাত লোৱা সিদ্ধান্তৰ ওপৰতো হ'ব পৰ্যালোচনা ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in