শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …  •  "বন্ধুক কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাজানে নেকি?" ট্ৰাম্পে ভাৰতক কৰা মন্তব্যত প্ৰশ্ন জো বিডেনৰ...

সুখবৰঃ ৰাছিয়াই প্ৰস্তুত কৰিলে কোৰোনাৰ আন এক ভেকচিন..

726

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতে ক’ৰনা ভাইৰাছ ভেকচিনৰ ও পৰীক্ষা-নিৰীক্ষাৰ কাম অব্যাহত আছে। ইতিমধ্যে বিভিন্ন মাধ্যমযোগে ৰাছিয়াই দাবী কৰিছে যে তেওঁলোকে কৰোনা ভাইৰাছৰ আন এটা ভেকছিন তৈয়াৰ কৰিছে। প্ৰাৰম্ভিক পৰীক্ষণৰ পিছত, ৰাছিয়াই ইয়াক দ্বিতীয় কোৰোনা ভেকচিন হিচাপে অনুমোদন কৰিছে।

ৰাচিয়া চৰকাৰে চৰকাৰৰ বিষয়াসকলৰ সৈতে হোৱা এক বৈঠকৰ সময়ত, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে বুধবাৰে ঘোষণা কৰে যে দেশখনে প্ৰাৰম্ভিক পৰীক্ষণৰ পিছত দ্বিতীয় কৰোনা ভাইৰাছ ভেকছিন ‘এপিভাকৰোনা’ অনুমোদন কৰিছে। তেওঁলোকে কয় যে, ৰাছিয়াই ইতিমধ্যে কোৰোনাৰ ষ্টোৰক-৫ ভেকচিন তৈয়াৰ কৰিছে।

ৰাছিয়ান ৰাষ্ট্ৰপতি পুটিনে কয় যে, তেওঁলোকে এতিয়া প্ৰথম আৰু দ্বিতীয় ভেকচিনৰ উৎপাদন বৃদ্ধি কৰা প্ৰয়োজন। ভেকচিনটো ছাইবেৰিয়াস্থিত ভেক্টৰ ইনষ্টিটিউটে প্ৰস্তুত কৰিছে।তেওঁলোকে কয় যে, কোৰোনাৰ প্ৰতিৰোধ কৰিবলৈ ভেকচিনৰ দুটা পালি দিব লাগিব।ইতিমধ্যে এই ভেকচিনটো প্ৰায় ১০০জন স্বেচ্ছাসেৱকৰ ওপৰত পৰীক্ষা কৰা হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি