দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন শিল্পী ৰূপম ভূঞা…

দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন শিল্পী ৰূপম ভূঞা…
  • গায়ক ৰূপম ভূঞা গুৰুতৰ ভাৱে আহত।
  • মটৰ চাইকেল দুৰ্ঘটনাত পতিত হৈছে জনপ্ৰিয় শিল্পীজন।
  • ৰূপম ভূঞাক হায়াত হস্পিতেলত ভৰ্তি কৰোৱা হৈছে জানিব পৰা গৈছে ।
  • মূখ আৰু মূৰত গুৰুতৰ আঘাত পাইছে শিল্পীজনে।
  • মূৰত কেইবাটাও চিলাই পৰিছে বুলি জানিব পৰা গৈছে ৰূপম ভূঞাৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in