পৰিয়ালৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিলে ৰূপক শৰ্মাই…

পৰিয়ালৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিলে ৰূপক শৰ্মাই…

  • দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে পুৱাৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰ ৰাইজৰ ভিৰ।
  • পুৱা ৭ বজাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ।
  • পুৱাই ভোটদান কৰিলে ১০ নং লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই।
  • পৰিয়ালৰ সৈতে আহি ভোটদান কৰিলে শৰ্মাই।
  • নগাঁও সদৰৰ এক ভোটকেন্দ্ৰত কৰিলে ভোটদান।
  • ৰাইজৰ সৈতে শাৰী পাতি সাব্যস্ত কৰিলে ভোটাধিকাৰ।
  • জয়ক লৈ আশাবাদী বুলি ক'লে বিজেপি প্ৰাৰ্থীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in