হাইলাকান্দিত উপস্থিত পশ্চিম বংগৰ বিজেপি নেত্ৰী ৰূপা গাংগুলী

হাইলাকান্দিত উপস্থিত পশ্চিম বংগৰ বিজেপি নেত্ৰী ৰূপা গাংগুলী
  • হাইলাকান্দিত উপস্থিত পশ্চিম বংগৰ বিজেপি নেত্ৰী ৰূপা গাংগুলী।
  • লামডিঙৰ পিছত হাইলাকান্দিত উপস্থিত বিজেপি নেত্ৰীগৰাকী।
  • কৰিমগঞ্জ লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ ৰূপা গাংগুলীৰ।
  • পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলেও উপস্থিত থাকে সভাত।
  • হাইলাকান্দি জিলাৰ টেমপুৰ গাঁৱত নিৰ্বাচনী প্ৰচাৰ সভা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in