শেহতীয়া খবৰ
বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক...VIDEO • ভাল খবৰঃ অসমত ওলাইছে সহস্ৰাধিক চাকৰি, পঢ়ক কোন বিভাগত... • কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা... • কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ... • পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা... • ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা... • হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি... • গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে'লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ... • হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত... • অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯...

সাংসদ পুঁজিৰ ১ কোটি আৰু দৰমহাৰ ১ লাখ টকা কোৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ালে ৰিপুন বৰাই…

607
  • কোৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে সহায় আগবঢ়ালে ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই।
  • ৰাজ্যত চিকিৎসালয় নিৰ্মাণ আৰু চিকিৎসালয়ত আই.চি.ইউ. আৰু ভেন্টিলেটৰ স্থাপনৰ বাবে সাংসদ পুঁজিৰ পৰা দান কৰিলে ১ কোটি টকা।

  • লগতে তেওঁ এমাহৰ দৰমহা অৰ্থাৎ ১ লাখ টকা নতুন দিল্লীস্থিত আবাসিক আয়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়াই।

  • সাংসদগৰাকীৰ পত্নী তথা প্ৰাক্তন বিধায়িকা মণিকা বৰাইয়ো এমাহৰ পেঞ্চন অৰ্থাৎ ৪০ হাজাৰ টকো দান দিয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি