সাংসদ পুঁজিৰ ১ কোটি আৰু দৰমহাৰ ১ লাখ টকা কোৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ালে ৰিপুন বৰাই…

সাংসদ পুঁজিৰ ১ কোটি আৰু দৰমহাৰ ১ লাখ টকা কোৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ালে ৰিপুন বৰাই…
  • কোৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে সহায় আগবঢ়ালে ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই।
  • ৰাজ্যত চিকিৎসালয় নিৰ্মাণ আৰু চিকিৎসালয়ত আই.চি.ইউ. আৰু ভেন্টিলেটৰ স্থাপনৰ বাবে সাংসদ পুঁজিৰ পৰা দান কৰিলে ১ কোটি টকা।
  • লগতে তেওঁ এমাহৰ দৰমহা অৰ্থাৎ ১ লাখ টকা নতুন দিল্লীস্থিত আবাসিক আয়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়াই।
  • সাংসদগৰাকীৰ পত্নী তথা প্ৰাক্তন বিধায়িকা মণিকা বৰাইয়ো এমাহৰ পেঞ্চন অৰ্থাৎ ৪০ হাজাৰ টকো দান দিয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in