চৰকাৰী বিষয়াৰ ঘৰৰ পৰা জব্দ ৯৩.৫ লাখ

চৰকাৰী বিষয়াৰ ঘৰৰ পৰা জব্দ ৯৩.৫ লাখ
  • তেলেংগানাত তহচিলদাৰৰ ঘৰৰ পৰা জব্দ ৯৩.৫ লাখ টকা।
  • লগতে জব্দ কৰা গৈছে সোণৰ আ-অলংকাৰো।
  • দুৰ্নীতি নিবাৰক শাখাই চলাইছিল অভিযান।
  • তহচিলদাৰ গৰাকীৰ নাম লাবন্য।
  • ৰাংগা ৰেড্ডী জিলাৰ তহচিলদাৰ লাবন্য।
  • ইফালে বৰ্তমান ঘটনাক কেন্দ্ৰ কৰি তদন্ত অব্যাহত আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in