ৰে’লত নিৰ্যাতন চলাইছিল যুৱতীক! ওদালগুৰিত আৰপি এফ জোৱানৰ পিঠি বহল কৰিলে ৰাইজে…

ৰে’লত নিৰ্যাতন চলাইছিল যুৱতীক!  ওদালগুৰিত আৰপি এফ জোৱানৰ পিঠি বহল কৰিলে ৰাইজে…
  • ওদালগুৰি ৰে'ল ষ্টেচনত উত্তেজনাময় পৰিস্থিতি।
  • কৰ্তব্যৰত আৰপিএফ জোৱানৰ নিৰ্যাতনৰ চেষ্টা যুৱতী যাত্ৰীক।
  • ইয়াৰ পাছতে ষ্টেচনত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ।
  • ওদালগুৰি ৰে'ল ষ্টেচনত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী-অৰ্ধসামৰিক বাহিনী মোতায়েন।
  • ৰে'ল ষ্টেচনটোত ৰাইজৰ সৈতে নিৰাপত্তাৰক্ষীৰ হতাহতি।
  • ৫৫৮৯৬ মুৰ্কঙচেলেক-ৰঙিয়া যাত্ৰীবাহী ৰে'লত সংঘটিত হয় এই ঘটনা
  • পি আৰ শুক্লা নামৰ আৰপিএফ জোৱানজনক ৰাইজে সোধাই উত্তম-মধ্যম।
  • লখিমপুৰৰ পৰা গুৱাহাটীলৈ আহি আছিল যুৱতীগৰাকী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in