২৩ মে’ৰ পাছত তৃণমূল কংগ্ৰেছত যোগদানৰ সম্ভাৱনা আৰ পি শৰ্মাৰ…

২৩ মে’ৰ পাছত তৃণমূল কংগ্ৰেছত যোগদানৰ সম্ভাৱনা আৰ পি শৰ্মাৰ…
  • বিজেপি এৰি তৃণমূল কংগ্ৰেছ দলত যোগদান কৰিব বিজেপি সাংসদ আৰ পি শৰ্মাই।
  • ২৩ মে'ৰ পাছত তৃণমূল কংগ্ৰেছত যোগদানৰ সম্ভাৱনা।
  • ন-বিজেপিৰ বাবেই বিজেপি ধ্বংস হ'ল বুলি দাবী কৰিলে আৰ পি শৰ্মাই।
  • মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ আৰ পি শৰ্মাৰ।
  • '২০২১ চনত পুনৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে সোণোৱাল'।
  • 'মুখ্যমন্ত্ৰী সোণোৱাল অনৱৰতে চাপৰ মাজত থাকে'
  • 'ন-বিজেপিয়ে অক্টোপাছৰ দৰে চেপি ধৰিছে দলটোক'।
  • 'কেবৰ নামত হিন্দু বাংলাদেশীক ললিপপ দিছে বিজেপিয়ে'।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in