শেহতীয়া খবৰ
চামগুৰি বিলত শ শ মাছৰ মৃত্যু, পৰিভ্ৰমী পক্ষীলৈও আহিছে চৰম ভাবুকি...  •  ৮ বছৰে সম্পূৰ্ণ নহ'ল ৰৌতা-ওদালগুৰি সংযোগী পথ...  •  পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কৰ বাতৰিয়ে সঁচা হ’ল, তেজপুৰত আৰ পিক নিদিলে বিজেপিয়ে টিকট..

3,199
  • তেজপুৰত আৰ পি শৰ্মাই বিজেপিৰ পৰা টিকট নোপোৱাটো নিশ্চিত।
  • ১০টা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত।
  • বিজেপিৰ নিৰ্বাচন সমিতিৰ বৈঠকত প্ৰাৰ্থী তালিকা।
  • ৪ সমষ্টিত মহিলা প্ৰাৰ্থীকো অগ্ৰাধিকাৰ।
  • ১৬ মাৰ্চত ঘোষিত হ’ব প্ৰাৰ্থীৰ নাম।
  • সংবাদমাধ্যমক জনালে সভাপতি ৰঞ্জিত দাসে।
  • এই পেনেল তালিকাৰ তেজপুৰত আছে কেৱল হিমন্ত বিশ্ব শৰ্মাৰ নাম।
  • টিকট নাপালে দল এৰা কথা কৈছিল সাংসদ আৰ পি শৰ্মাই।
  • পোনপ্ৰথমবাৰৰ বাবে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কৰ জনাইছিল এই কথা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি