অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কৰ বাতৰিয়ে সঁচা হ’ল, তেজপুৰত আৰ পিক নিদিলে বিজেপিয়ে টিকট..

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কৰ বাতৰিয়ে সঁচা হ’ল, তেজপুৰত আৰ পিক নিদিলে বিজেপিয়ে টিকট..
  • তেজপুৰত আৰ পি শৰ্মাই বিজেপিৰ পৰা টিকট নোপোৱাটো নিশ্চিত।
  • ১০টা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত।
  • বিজেপিৰ নিৰ্বাচন সমিতিৰ বৈঠকত প্ৰাৰ্থী তালিকা।
  • ৪ সমষ্টিত মহিলা প্ৰাৰ্থীকো অগ্ৰাধিকাৰ।
  • ১৬ মাৰ্চত ঘোষিত হ'ব প্ৰাৰ্থীৰ নাম।
  • সংবাদমাধ্যমক জনালে সভাপতি ৰঞ্জিত দাসে।
  • এই পেনেল তালিকাৰ তেজপুৰত আছে কেৱল হিমন্ত বিশ্ব শৰ্মাৰ নাম।
  • টিকট নাপালে দল এৰা কথা কৈছিল সাংসদ আৰ পি শৰ্মাই।
  • পোনপ্ৰথমবাৰৰ বাবে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কৰ জনাইছিল এই কথা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in