শেহতীয়া খবৰ
ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল কোন কোন…  •  লখিমপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল কোন কোন...  •  যোৰহাট লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল কোন কোন…  •  তেজপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল কোন কোন...  •  কলিয়াবৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল কোন কোন...  •  ফলাফল ঘোষণাৰ পূৰ্বে কংগ্ৰেছ প্ৰাৰ্থীৰ ওপৰত দুৰ্বৃত্তৰ গুলীচালনা, গুৰুতৰভাৱে আহত...  •  সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত নগাৰ বেদখল, অসমৰ মাটিত শ শ হেক্টৰ তামোল পুলি  •  সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত নগাৰ বেদখল, অসমৰ মাটিত শ শ হেক্টৰ তামোল পুলি  •  ঘৰৰ মজিয়াত ওলাল ঘৰিয়াল, তাৰ পিছত...  •  ঢকুৱাখনাৰ চাৰিকৰীয়া নদীত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

ৰয়েল এনফিল্ডৰ গৰাকীয়ে কোম্পানীক ঘূৰাই দিব লাগিব ৭০০০ বাইক…

10,997

ডিজিটেল ডেস্কঃ ৰয়েল এনফিল্ডৰ গৰাকীয়ে ঘূৰাই দিবলগীয়া হ’ব পাৰে তেওঁলোকৰ বাইকসমূহ। আগশাৰীৰ বুলেট নিৰ্মাতা প্ৰতিষ্ঠান ৰয়েল এনফিল্ডে লৈছে নতুন সিদ্ধান্ত। প্ৰতিষ্ঠানটোৱে ঘূৰাই লোৱাৰ সিদ্ধান্ত লৈছে বুলেট আৰু বুলেট ইলেক্ট্ৰা মডেল। ব্ৰেক কেলিপাৰ বল্ট মেৰামতিৰ বাবে বাইকসমূহ ঘূৰাই লোৱাৰ সিদ্ধান্ত লোৱা হৈছে।

২০১৯ৰ ২০ মাৰ্চ আৰু ৩০ এপ্ৰিলৰ ভিতৰত নিৰ্মাণ কৰা ৭০০০ খন বুলেট ঘূৰাই ল’ব ৰয়েল এনফিল্ডে। উল্লেখ্য যে, এখন বাইকৰ অত্যাৱশ্যকীয় অংগ হৈছে এই ব্ৰেক কেলিপাৰ বল্ট। প্ৰতিষ্ঠানটোৱে ইতিমধ্যে বাহনৰ গৰাকীৰে যোগাযোগ কৰি আৰম্ভ কৰিছে এই প্ৰক্ৰিয়া।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি