ৰৌতাত দলং তলত অচিনাক্ত মৃতদেহ উদ্ধাৰ…

ৰৌতাত দলং তলত অচিনাক্ত মৃতদেহ উদ্ধাৰ…
  • ৰৌতাত দলং তলত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ
  • ৰৌতা-ওদালগুৰি পথৰ ২নম্বৰ দলং, পুৰণি হস্পিতালৰ ওচৰত থকা দলঙৰ তলত উদ্ধাৰ মৃতদেহটো
  • মৃতদেহটো বৰ্তমানলৈ চিনাক্ত কৰিব পৰা হোৱা নাই
  • সন্দেহ কৰা অনুসৰি দুই তিনিদিন পূৰ্ৱে মৃত্যু হৈছে লোকজনৰ
  • ৰৌতা আৰক্ষী থানাই মৃতদেহটো উদ্ধাৰৰ যো জা চলাই আছে
  • হত্যাকাণ্ড নে কি এতিয়াও স্পষ্ট হোৱা নাই
  • মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হব মৃতদেহটো

সমগ্ৰ ৰৌতা অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হৈছে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in