অন্ত পৰিল ৰোহিতৰ দুৰ্দান্ত ইনিংছ!

অন্ত পৰিল ৰোহিতৰ দুৰ্দান্ত ইনিংছ!
  • ১৪০ ৰানৰ দুৰ্দান্ত ইনিংছ খেলি পেভিলিয়নলৈ ৰোহিত শৰ্মা।
  • বিশ্বকাপ, ২০১৯ৰ দ্বিতীয়টো শতক অৰ্জন কৰি আউট ৰোহিত।
  • ১১৩ বলত ৰোহিত শৰ্মাই ১৪০ ৰানৰ দূৰ্দান্ত ইনিংছ খেলে ৰোহিত শৰ্মাই।
  • ৰোহিত শৰ্মাৰ ইনিংছটোত আছিল ১৪টা ফ'ৰ আৰু ৩টা চিক্স।
  • হাচান আলীৰ বলত ৰিয়াজৰ হাতত কেচ তুলি আউট হয় ৰোহিত।
  • ৰোহিত শৰ্মাৰ পিছত ক্ৰিজত নামিছে হাৰ্ডিক পাণ্ডিয়া।
  • বৰ্তমান ভাৰতৰ স্ক'ৰ ৩৯ অভাৰত ২ উইকেটৰ বিনিময়ত ২৩৮ ৰান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in