ক্ৰিকেট বিশ্বকাপ ২০১৯ঃ পাকিস্তানৰ বিৰুদ্ধে ৩৪টা বলত অৰ্ধশতক ৰোহিত শৰ্মাৰ…

ক্ৰিকেট বিশ্বকাপ ২০১৯ঃ পাকিস্তানৰ বিৰুদ্ধে ৩৪টা বলত অৰ্ধশতক ৰোহিত শৰ্মাৰ…
  • বিশ্বকাপত পাকিস্তানৰ বলাৰৰ সন্মুখত ভাৰতীয় বেটছমেন ৰোহিত শৰ্মা।
  • ৩৪টা বলত ৫০ ৰান সংগ্ৰহ কৰে ৰোহিতে।
  • দুটা ছিক্স আৰু ৬টা ফৰ ৰোহিত শৰ্মাৰ।
  • ৰোহিত শৰ্মাৰ লগতে বেটিং কৰি আছে কে এল ৰাহুলে।
  • ১৪.২ অভাৰত ভাৰতৰ ৮৫ ৰান সংগ্ৰহ।
  • বৰ্তমানলৈ এটাও উইকেট হেৰুওৱা নাই ভাৰতীয় ক্ৰিকেট দলটোৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in