কোভিডে প্ৰাণ কাঢ়িলে বিশিষ্ট লেখক, চিন্তাবিদ আৰু অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া ড° ৰোহিণী কুমাৰ বৰুৱাৰ…

কোভিডে প্ৰাণ কাঢ়িলে বিশিষ্ট লেখক, চিন্তাবিদ আৰু অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া ড° ৰোহিণী কুমাৰ বৰুৱাৰ…
  • বিশিষ্ট লেখক, চিন্তাবিদ আৰু অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া ড° ৰোহিণী কুমাৰ বৰুৱাৰ দেহাৱসান।
  • মঙলবাৰে নিশা মৃত্যু হয় অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়াগৰাকী।
  • কোভিডত আক্ৰান্ত হৈ আছিল ড° ৰোহিণী কুমাৰ বৰুৱা।
  • নেমকেয়াৰ হস্পাতালত মৃত্যু হয় তেওঁৰ।
  • নিশা ১.৪০বজাত মৃত্যু হয় বিশিষ্ট লেখকগৰাকীৰ।
  • চাকৰিৰ পৰা অৱসৰৰ পাছত তেওঁ এখন কাকতৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল তেওঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in