ভাৰত-বাংলাদেশ সীমান্তত ৩১ ৰোহিংগিয়াক গ্ৰেপ্তাৰ

ভাৰত-বাংলাদেশ সীমান্তত ৩১ ৰোহিংগিয়াক গ্ৰেপ্তাৰ
  • ত্ৰিপুৰাত গ্ৰেপ্তাৰ ৩১জন ৰোহিংগিয়াক গ্ৰেপ্তাৰ।
  • ভাৰত-বাংলাদেশ সীমান্তৰ পুইণ্ট জিৰ'ত গ্ৰেপ্তাৰ ৰোহিংগিয়া কেইগৰাকীক।
  • বি এছ এফে ৰোহিংগিয়া কেইগৰাকীক উক্ত স্থানৰ পৰা গ্ৰেপ্তাৰ কৰে।
  • যোৱা ৪ দিনে উক্ত স্থানত আৱদ্ধ হৈ আছিল ৰোহিংগিয়া কেইজন।
  • গ্ৰেপ্তাৰ কৰা ৰোহিংগিয়া কেইটাক বি এছ এফে গতাই দিয়ে আগৰতলাৰ আমতলী আৰক্ষীক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in