শেহতীয়া খবৰ
মুম্বাইত কোভিড ভেকচিনৰ নাটনি, বন্ধ কৰা হৈছে ৫৪ টা কেন্দ্ৰ...  •  বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু...  •  ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট  •  এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু...  •  দিল্লী চৰকাৰলৈ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ পত্ৰ : ২ ঘন্টাৰ বাবে উপলব্ধ আছে অক্সিজেন...

আজমল ফাউণ্ডেচনৰ সহযোগত উপকাৰ মেনেজমেন্ট চচাইটিৰ জড়িয়তে ৰহা সমষ্টিত সাহায্য সামগ্ৰী বিতৰণ…

109

ডিজিটেল সংবাদ, কামপুৰঃ আজমল ফাউণ্ডেচনৰ সহযোগত উপকাৰ মেনেজমেন্ট চচাইটিৰ জড়িয়তে ৰহা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াইছে পুতুল চন্দ্ৰ দাসে ৷ সামাজিক দূৰত্ব বজাই ৰাখি কচুৱা ৰজাআলিত দুশ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে ৰহা ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে ৰহা সমষ্টিৰ সাত শতাধিক লোকৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী ৷ ইফালে ৰমাজান মাহ উপলক্ষে মুছলমান অধ্যুষিত অঞ্চল কচুৱা, চানখোলা, ৰজাআলি, বকুলগুৰি গাঁৱত খাদ্য সামগ্ৰী বিতৰণ কৰে ৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি