আজমল ফাউণ্ডেচনৰ সহযোগত উপকাৰ মেনেজমেন্ট চচাইটিৰ জড়িয়তে ৰহা সমষ্টিত সাহায্য সামগ্ৰী বিতৰণ…

আজমল ফাউণ্ডেচনৰ সহযোগত উপকাৰ মেনেজমেন্ট চচাইটিৰ জড়িয়তে ৰহা সমষ্টিত সাহায্য সামগ্ৰী বিতৰণ…

ডিজিটেল সংবাদ, কামপুৰঃ আজমল ফাউণ্ডেচনৰ সহযোগত উপকাৰ মেনেজমেন্ট চচাইটিৰ জড়িয়তে ৰহা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াইছে পুতুল চন্দ্ৰ দাসে ৷ সামাজিক দূৰত্ব বজাই ৰাখি কচুৱা ৰজাআলিত দুশ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে ৰহা ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে ৰহা সমষ্টিৰ সাত শতাধিক লোকৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী ৷ ইফালে ৰমাজান মাহ উপলক্ষে মুছলমান অধ্যুষিত অঞ্চল কচুৱা, চানখোলা, ৰজাআলি, বকুলগুৰি গাঁৱত খাদ্য সামগ্ৰী বিতৰণ কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in