কংগ্ৰেছৰ কাৰ্যনিৰ্বাহকৰ পৰা পদত্যাগ কৰা নাই ৰকিবুল হুছেইনে ! ভূপেন বৰাই জাৰি কৰিলে শ্ব’কজ…

ফাইল ফটো
ফাইল ফটো
  • কংগ্ৰেছৰ কাৰ্যনিৰ্বাহকৰ পৰা পদত্যাগ কৰা নাই ৰকিবুল হুছেইনে।
  • বিধায়কগৰাকীয়ে নিজেই স্পষ্টিকৰণ দিলে এই বিষয়ত।
  • আনহাতে কংগ্ৰেছ সভাপতি ভূপেন বৰাই জাৰি কৰিছে এক কাৰণ দৰ্শোৱাৰ জাননী।
  • কংগ্ৰেছৰ ছীফ হুইপ ৱাজেদ আলী চৌধুৰীলৈ কাৰ্ণ দৰ্শোৱাৰ জাননী।
  • ৰকিবুল হুছেইন সন্দৰ্ভত মন্তব্য দিছিল ৱাজেদ আলীয়ে।
  • দলৰ আভ্যন্তৰীণ বিষয়ত কথা কোৱাৰ অধিকাৰ সকলোৰে নাই বুলি মন্তব্য ভূপেন বৰাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in