শেহতীয়া খবৰ
নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...  •  হাৰমতী ডুবিত পথ দুৰ্ঘটনাঃ নিহত মটৰ চাইকেল আৰোহী...  •  অসুস্থ শৃংখল চলিহাঃ আই চি ইউত চিকিৎসাধীন...  •  ধেমাজি জিলা প্ৰশাসনৰ দ্বাৰা ত্ৰিৰংগ সমদল, চিত্ৰাংকন প্ৰতিযোগিতা...  •  স্বাধীনতাৰ অমৃত মহোৎসৱৰ মাজতে ১৪ আগষ্টত বিভাজন বিভীষিকা স্মৃতি দিৱস পালনৰ আহ্বান চৰকাৰৰ...

কংগ্ৰেছৰ কাৰ্যনিৰ্বাহকৰ পৰা পদত্যাগ কৰা নাই ৰকিবুল হুছেইনে ! ভূপেন বৰাই জাৰি কৰিলে শ্ব’কজ…

  • কংগ্ৰেছৰ কাৰ্যনিৰ্বাহকৰ পৰা পদত্যাগ কৰা নাই ৰকিবুল হুছেইনে।
  • বিধায়কগৰাকীয়ে নিজেই স্পষ্টিকৰণ দিলে এই বিষয়ত।
  • আনহাতে কংগ্ৰেছ সভাপতি ভূপেন বৰাই জাৰি কৰিছে এক কাৰণ দৰ্শোৱাৰ জাননী।
  • কংগ্ৰেছৰ ছীফ হুইপ ৱাজেদ আলী চৌধুৰীলৈ কাৰ্ণ দৰ্শোৱাৰ জাননী।
  • ৰকিবুল হুছেইন সন্দৰ্ভত মন্তব্য দিছিল ৱাজেদ আলীয়ে।
  • দলৰ আভ্যন্তৰীণ বিষয়ত কথা কোৱাৰ অধিকাৰ সকলোৰে নাই বুলি মন্তব্য ভূপেন বৰাৰ।

ক্লিক কৰি পঢ়কঃ নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত আটক কাকতিবাৰীৰ শিক্ষক…