জামুগুৰিত ৰৈ থকা ট্ৰাকত বাইকৰ খুন্দাঃ থিতাতে নিহত ২ জন…

জামুগুৰিত ৰৈ থকা ট্ৰাকত বাইকৰ খুন্দাঃ থিতাতে নিহত ২ জন…
  • জামুগুৰিহাটৰ ১৫নং ৰাষ্ট্রীয় ঘাইপথত পথ দুৰ্ঘটনা।
  • থিতাতে নিহত দুজন যুৱক।
  • পথৰ কাষত ৰৈ থকা ট্রাকত খুন্দা বাইকসহ আৰোহীৰ।
  • তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখী আছিল বাইকখন।
  • দুৰ্ঘটনাগ্রস্ত বাইকখনৰ নম্বৰ AS-12 AA 0966।
  • ‍নিহত এজন জামুগুৰিহাট শলগুৰিৰ মিণ্টু শইকীয়া বুলি চিনাক্ত।
  • নিহত আনজন বৰ্তমানেও চিনাক্ত হোৱা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in