শেহতীয়া খবৰ
স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  চিৰাঙত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী...  •  নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...  •  হাৰমতী ডুবিত পথ দুৰ্ঘটনাঃ নিহত মটৰ চাইকেল আৰোহী...

জামুগুৰিত ৰৈ থকা ট্ৰাকত বাইকৰ খুন্দাঃ থিতাতে নিহত ২ জন…

  • জামুগুৰিহাটৰ ১৫নং ৰাষ্ট্রীয় ঘাইপথত পথ দুৰ্ঘটনা।
  • থিতাতে নিহত দুজন যুৱক।
  • পথৰ কাষত ৰৈ থকা ট্রাকত খুন্দা বাইকসহ আৰোহীৰ।
  • তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখী আছিল বাইকখন।
  • দুৰ্ঘটনাগ্রস্ত বাইকখনৰ নম্বৰ AS-12 AA 0966।
  • ‍নিহত এজন জামুগুৰিহাট শলগুৰিৰ মিণ্টু শইকীয়া বুলি চিনাক্ত।
  • নিহত আনজন বৰ্তমানেও চিনাক্ত হোৱা নাই।