গোসাইগাঁৱত পথ দুৰ্ঘটনা…

গোসাইগাঁৱত পথ দুৰ্ঘটনা…
  • গোসাইগাঁৱৰ ৩১ নম্বৰ ৰাষ্ট্রীয় ঘাইপথত পথ দুৰ্ঘটনা।
  • পথ পাৰ হ'বলৈ লওতেই ট্রাকে মহটিয়ালে বাইক আৰোহীক।
  • নিহত বাইক আৰোহী জন কাজিগাঁৱৰ দুদুমাৰিৰ নিবাসী কমলাল ব্রহ্ম।
  • দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ UP-21-CN-6786 ।
  • আৰক্ষীয়ে জব্দ কৰিছে ট্রাকখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in