দেৰগাঁৱত ট্ৰাকৰ খুণ্ডাত নিহত ১ জন…
- দেৰগাঁও দাধৰাই ৩৭নং ৰাষ্ট্রীয় ঘাইপথত পথ দুৰ্ঘটনা।
- ট্রাকৰ খুন্দাত নিহত এজন পথচাৰী।
- বৰ্তমানলৈ নিহত লোকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই।
- ঘটনা সংঘটিত কৰা ট্রাকসহ চালকক আটক কৰিছে আৰক্ষীয়ে।
- দুৰ্ঘটনা সংঘটিত কৰা ট্রাকখনৰ নম্বৰ AS 03 BC 0837।