সৰুপথাৰত আৰক্ষীৰ বাহনৰ খুন্দাত নিহত এজন…

সৰুপথাৰত আৰক্ষীৰ বাহনৰ খুন্দাত নিহত এজন…
  • ধনশিৰিৰ সৰুপথাৰৰ চুঙাজানত পথ দুৰ্ঘটনা।
  • আৰক্ষীৰ গাড়ীৰ খুন্দাত নিহত হ'ল সাধাৰণ জনতা।
  • চুঙাজান আৰক্ষী থানাৰ বাহনৰ খুন্দাত থিতাতে নিহত এগৰাকী পথচাৰী।
  • নিহত পথচাৰীজন নৰেশ্বৰ বৰা ওৰফে মহাজন বুলি চিনাক্ত।
  • দুৰ্ঘটনা সংঘটিত কৰা আৰক্ষীৰ বাহনখনৰ নম্বৰ AS-01-AB-9813।
  • দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে বাহনসহ আৰক্ষীৰ চালকজন।
  • অৱশ্যে ঘটনাস্থলীত উপস্থিত আৰক্ষী বিষয়াই বাহনখনৰ চালকজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in