ৰাজস্থানত শোকাৱহ পথ দুৰ্ঘটনা, নিহত ৮

ৰাজস্থানত শোকাৱহ পথ দুৰ্ঘটনা, নিহত ৮
  • শনিবাৰে দুপৰীয়া ৰাজস্থানৰ উদয়পুৰত কাৰ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ।
  • দু্ৰ্ঘটনাটোত নিহত ৫মহিলা আৰু ৩শিশু সহ মুঠ ৮জন।
  • দুৰ্ঘটনাটোত আহত হৈছে ৩জন লোক।
  • কাৰখনৰ ভিতৰত আছিল উদয়পুৰৰ এখন স্থানীয় বিদ্যালয়ৰ শিক্ষক আৰু শিক্ষাৰ্থী।
  • দুৰ্ঘটনাত আহতসকলক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in