নাৰায়ণপুৰৰ জৰাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা…

নাৰায়ণপুৰৰ জৰাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা…
  • নাৰায়ণপুৰৰ জৰাবাৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।
  • ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বালাজী নামৰ এখন দ্ৰুতবেগী নৈশ বাছে মহতিয়াই নিয়ে সুনিল পেগু নামৰ এজন লোকক ।
  • ফলত থিতাতে নিহত হয় লোকজন।
  • স্থানীয় নিপম দেউৰী নামৰ এজন লোকৰ ঘৰত শ্ৰমিক হিচাপে কৰ্মৰত আছিল লোকজন ।
  • নিহত লোকজনৰ ঘৰ বগিনদীত বুলি জানিব পৰা গৈছে ।
  • ঘটনা সংঘটিত কৰিয়েই পলায়ণ কৰে দ্ৰুতবেগী নৈশ বাছখন ।
  • পৰৱৰ্তী সময়ত নৈশ বাছ খন ধলপুৰত আৰক্ষীয়ে আটক কৰে ।
  • দুৰ্ঘটনা সংঘটিত কৰা নৈশ বাছ খনৰ নম্বৰ AS-O1-5511 ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in