চেলফিয়েই হ’ল কাল ! নৰনায়াণসেতুত দুৰ্ঘটনা, ৫ জনৰ অৱস্থা গুৰুতৰ…

চেলফিয়েই হ’ল কাল ! নৰনায়াণসেতুত দুৰ্ঘটনা, ৫ জনৰ অৱস্থা গুৰুতৰ…
  • যোগীঘোপাত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • নৰনাৰায়ণ সেতুত এই দুৰ্ঘটনা।
  • চেলফি উঠি থকাৰ সময়তে ঘটিল এই অঘটন।
  • ট্রাকৰ খুন্দাত আহত ৫ গৰাকী।
  • আহতসকলৰ মাজত আছে শিশু আৰু মহিলা।
  • আহতসকলৰ মাজত কেইবাজনৰো অৱস্থা গুৰুতৰ।
  • সকলোকে উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in