নগাওঁ শেনচোৱাত বাগৰি পৰা ট্ৰেভালৰত খুন্দা ছুইফট বাহনৰ…

নগাওঁ শেনচোৱাত বাগৰি পৰা ট্ৰেভালৰত খুন্দা ছুইফট বাহনৰ…
  • নগাঁও শেনচোৱা তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • ডিভাইদাৰত খুন্দিয়াই বাগৰি পৰিল তীব্রবেগী ট্রেভেলাৰ বাহন।
  • দুৰ্ঘটনাত কেইবাজনো যাত্রী গুৰুতৰভাৱে আহত।
  • আহতসকলক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি।
  • দুৰ্ঘটনাত পতিত বাহনখনত পিছফালৰ পৰা খুন্দা মাৰে এখম ছুইফট বাহনে।
  • দুৰ্ঘটনাগ্রস্ত ট্রেভেলাৰখনৰ নম্বৰ AS-01 GC 3841।
  • মাৰুতি ছুইফটখনৰ নম্বৰ AS-02 AH 1484।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in