শেহতীয়া খবৰ
চোৰৰ লক্ষ্য নগাঁও প্ৰেছ ক্লাৱ...  •  অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু...  •  বৰপেটা চহৰৰ পৰা চৰকাৰী কৰ্মচাৰী সন্ধানহীন...  •  চাও দেৱেন্দ্ৰ বৰবৰুৱাৰ দেহাৱসানত শোকস্তব্ধ তিতাবৰ...  •  কোভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল বিশ্বনাথৰ যুৱকৰ !  •  বুঢ়াবুঢ়ীত নাবালিকাক অসৎ চৰিতাৰ্থ প্ৰাপ্ত বয়স্ক লোকৰ...  •  আন এক পৰশুৰামঃ বৰপেটাৰোডত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ মাতৃৰ...  •  চাংসাৰি আৰ্মি কেম্পৰ সন্মুখত পথ দুৰ্ঘটনাঃ ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...

মহানগৰীৰ জনশূণ্য ৰাজপথত পথ দুৰ্ঘটনা…

  • সান্ধ্য আইনৰ মাজতে মহানগৰীত পথ দুৰ্ঘটনা ।
  • গনেশগুৰি গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় সমীপত এই পথ দুৰ্ঘটনা ।
  • পথ দুৰ্ঘটনাত আহত হয় এজন যুৱক ।
  • যুৱক জনৰ নাম মিতু তালুকদাৰ ।
  • গুৰুতৰ ভাবে আহত হৈছে যুৱক গৰাকী ।
  • এএছ ০১ ইএ ০৬৯৯ স্কুটি খনেৰে আহি আছিল যুৱক গৰাকী ।
  • এটা টেলিকম কোম্পানীত কৰ্মৰত আছিল যুৱক ।
  • সন্মুখেৰে এজন পথ যাত্ৰী পাৰ হোৱাত সংঘটিত হয় দুৰ্ঘটনা ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি