মহানগৰীৰ জনশূণ্য ৰাজপথত পথ দুৰ্ঘটনা…

মহানগৰীৰ জনশূণ্য ৰাজপথত পথ দুৰ্ঘটনা…
  • সান্ধ্য আইনৰ মাজতে মহানগৰীত পথ দুৰ্ঘটনা ।
  • গনেশগুৰি গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় সমীপত এই পথ দুৰ্ঘটনা ।
  • পথ দুৰ্ঘটনাত আহত হয় এজন যুৱক ।
  • যুৱক জনৰ নাম মিতু তালুকদাৰ ।
  • গুৰুতৰ ভাবে আহত হৈছে যুৱক গৰাকী ।
  • এএছ ০১ ইএ ০৬৯৯ স্কুটি খনেৰে আহি আছিল যুৱক গৰাকী ।
  • এটা টেলিকম কোম্পানীত কৰ্মৰত আছিল যুৱক ।
  • সন্মুখেৰে এজন পথ যাত্ৰী পাৰ হোৱাত সংঘটিত হয় দুৰ্ঘটনা ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in