নিশাৰ মহানগৰীত ভয়ংকৰ ঘটনাঃ সুৰামত্ত যুৱতীৰ বাহনে মহতিয়াই নিলে ৯ জন শ্ৰমিকক

নিশাৰ মহানগৰীত ভয়ংকৰ ঘটনাঃ সুৰামত্ত যুৱতীৰ বাহনে মহতিয়াই নিলে ৯ জন শ্ৰমিকক
  • গুৱাহাটীৰ ৰুক্মিণী গাঁৱত সংঘটিত ভয়ংকৰ ঘটনা।
  • নিশা সুৰামত্ত যুৱতীৰ বাহনে মহতিয়াই নিলে ৯ জনকৈ শ্ৰমিকক।
  • আহত ৯ জন শ্ৰমিকৰ ২ জনৰ অৱস্থা অতি সংকটজনক।
  • এজন শ্ৰমিকৰ দুয়োখন ভৰি চিগি গৈছে এই দুৰ্ঘটনাত।
  • বৰ্তমান আটাইকেইজন আহত শ্ৰমিক জি এম চি এইছত চিকিৎসাধীন।
  • নিশা সুৰামত্ত যুৱতীগৰাকীয়ে নিজৰ বাহনেৰে খুণ্ডা মাৰে লোক নিৰ্মাণ বিভাগৰ বাহনতো।
  • নিশাই এই যুৱতীগৰাকীক আটক কৰিছে দিছপুৰ আৰক্ষী।
  • উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ অসম ভ্ৰমণৰ প্ৰাকক্ষণত ৰাজপথ মেৰামতিৰ কামত ব্যস্ত আছিল শ্ৰমিক কেইজন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in