মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পদত্যাগ কৰিব লাগেঃ আৰ জে ডি নেতা…

মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পদত্যাগ কৰিব লাগেঃ আৰ জে ডি নেতা…
  • পাটনাত অব্যাহত বানৰ তাণ্ডৱ।
  • বৰ্তমানলৈ বহুলোকে প্ৰাণ হেৰুৱাইছে বানৰ কৱলত পৰি।
  • ইফালে, বান পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আৰ জে ডি নেতা তেজশ্বী যাদৱে।
  • আৰ জে ডি নেতাগৰাকীয়ে মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সমালোচনা কৰি সংবাদমাধ্যমৰ আগত কয়-
  • 'মুখ্যমন্ত্ৰীগৰাকীয়ে উন্নতিৰ কথা কয়। কিন্তু উন্নতি ক'ত হৈছে?'
  • 'পাটনা কেনেকৈ এখন স্মাৰ্ট চিটী হ'ব?'
  • 'নীতিশ কুমাৰে এইবোৰৰ দায়িত্ব ল'ব লাগে আৰু পদত্যাগ কৰিব লাগে।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in