ছ’চিয়েল মেডিয়া, গামোচা, অৰ্ধশতকৰ পৰা পূৰ্বে নোকোৱা বহু কথা ক’লে ৰিয়ান পৰাগে, চাওক VIDEO

ছ’চিয়েল মেডিয়া, গামোচা, অৰ্ধশতকৰ পৰা পূৰ্বে নোকোৱা বহু কথা ক’লে ৰিয়ান পৰাগে, চাওক VIDEO
  • মঙলবাৰে গুৱাহাটীৰ নিজা বাসগৃহত ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ সংবাদমেল।
  • পৰৱৰ্তী কাৰ্যৰ সম্পৰ্কত সংবাদমেলত ৰিয়ানৰ গোষণা।
  • অসম ক্ৰিকেট সন্থাই বহুত সহায় কৰা বুলি প্ৰকাশ।
  • মহেন্দ্ৰ সিং ধোনীয়ে সহায় কৰাৰ কথাও সংবাদমেলত প্ৰকাশ কৰিলে ৰিয়ানে।
  • 'প্ৰথম ২খন খেলত ৪০ৰ ওপৰৰ ৰান কৰাৰ পিছত মই বহুত অনুপ্ৰেৰণা পাইছিলো।'
  • 'তাৰ পিছতে মই ৫০ কৰিবলৈ চেষ্টা কৰিছিলো।'
  • 'ছ'চিয়েল মেডিয়াত সকলো বিলাক দেখি আছিলো খুব ভাল লাগিছিল।'
  • '৫০ কৰোতে খেলখলত আৰু অলপ খেলি জিকাব পৰা হ্'লে বেছি ভাল লাগিলে হেতেন।'
  • 'আটাকেইখন খেলতে বহুত চাপ অনুভৱ কৰিছিলো।'
  • 'বাউণ্ডেৰীত ফিল্ডিং কৰোতে ইতিবাচক, নেতিবাচক বহুতো মন্তব্য শুনিবলৈ পাইছিলো।'
  • 'নিজৰ মনটো শক্তিশালী কৰিব লাগে।'
  • 'মনটো শক্তিশালী কৰি ৰাখিলে ক্ৰিকেট খেলিবলৈ বিশেষ অসুবিধা নহয়।'
  • 'মই চেষ্টা কৰিম অসমৰ মানুহে যে এনেদৰে খেলিছে সেই কথাটো পিছত সকলোকে খেলেৰে জনাবলৈ।'
  • 'গামোচাখন সকলো লোককে চিনাকী কৰাই দিব বিচাৰিছিলো।'
  • 'নৃত্য মই সৰুৰে পৰা কৰিছিলো।'
  • 'ইমৰাণ তাহিৰে বল মাৰিছিল ধোনী উইকেট কিপাৰ আছিল। সেইটোৱে মোৰ আটাইতকৈ ডাঙৰ স্মৃতি আছিল বুলি ভাবো।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in