শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২০৪জন কোভিড পজিটিভ, সুস্থ হৈছে ২৯৬১জন...  •  ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...

১৪ দিন জেলতেই কটালে ৰিয়াই…

7,951

ডিজিটেল ডেস্ক : বলিউদৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সৈতে সম্পৰ্কিত ড্ৰাগছৰ গোচৰত এনচিবিয়ে অভিনেত্ৰী ৰিয়া চক্ৰবৰ্তীক ৮ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰিছিল । গ্ৰেপ্তাৰৰ পিছত অভিনেত্ৰী ৰিয়াক ১৪ দিনৰ বাবে জেলত ৰখা হৈছিল ।মুম্বাই ভায়খলা মহিলা কাৰাগাৰত ৰখা হৈছিল অভিনেত্ৰী গৰাকীক । মঙলবাৰে ৰিয়াৰ জেলত শেষ দিন ।

অভিনেত্ৰী গৰাকীৰ জামিনৰ বাবে আদালতত দুবাৰ আবেদন কৰিছিল যদিও আদালতে অভিনেত্ৰী গৰাকীৰ জামিন আবেদন নাকচ কৰে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি