নিউয়ৰ্কৰ ৰাজপথত ঋষি কাপুৰ-অনুপম খেৰঃ VIDEO ভাইৰেল

নিউয়ৰ্কৰ ৰাজপথত ঋষি কাপুৰ-অনুপম খেৰঃ VIDEO ভাইৰেল

ডিজিটেল ডেস্কঃ কিছুদিনৰ পৰা আমেৰিকাত আছে বলিউডৰ অভিনেতা ঋষি কাপুৰ। শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে উন্নত চিকিৎসাৰ বাবে  আমেৰিকালৈ যোৱা অভিনেতাগৰাকীৰ এটা ভিডিঅ'।

বন্ধু অভিনেতা অনুপম খেৰে আমেৰিকা লৈ গৈ লগ কৰিলে ঋষি কাপুৰক। এই সন্দৰ্ভত অভিনেতা অনুপম খেৰে টুইটাৰত টুইট কৰিলে এটা ভিডিঅ'। লগতে জনাই যে, দুয়োজন অভিনেতাই ভাৰত, নিউয়ৰ্ক, চিনেমা জগত আৰু জীৱনৰ স্থিৰতাৰ বিষয়ে বহু গুৰুত্বপূৰ্ণ চৰ্চা কৰে।

বৰ্তমান আমেৰিকাৰ মানহাটান চহৰত দুয়োগৰাকী অভিনেতাই নিজৰ কথাত মচগুল হৈ পদপথত খোজকঢ়া এটি ভিডিঅ' ভাইৰেল হৈ পৰিছে। চাওঁক এই ভিডিঅ'-

https://www.instagram.com/p/BopqjoElQVX/?utm_source=ig_web_copy_link

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in