শেহতীয়া খবৰ
শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালক অসম চৰকাৰে প্ৰদান কৰিলে ২০ লাখ টকাৰ সাহায্য...  •  গোলাঘাটত আৰক্ষীৰ জালত নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী  •  শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...  •  আইৰ মুখৰ ভাষা  •  ‘প্ৰথম প্ৰধানমন্ত্ৰী চৰ্দাৰ পেটেল হোৱা হ’লে দেশত কাশ্মীৰকলৈ সমস্যা নাথাকিল হেঁতেন’  •  ভাল খবৰ! ৰে’লৱে বিভাগত ওলাইছে চাকৰি, সবিশেষ...

নিউয়ৰ্কৰ ৰাজপথত ঋষি কাপুৰ-অনুপম খেৰঃ VIDEO ভাইৰেল

556

ডিজিটেল ডেস্কঃ কিছুদিনৰ পৰা আমেৰিকাত আছে বলিউডৰ অভিনেতা ঋষি কাপুৰ। শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে উন্নত চিকিৎসাৰ বাবে  আমেৰিকালৈ যোৱা অভিনেতাগৰাকীৰ এটা ভিডিঅ’।

বন্ধু অভিনেতা অনুপম খেৰে আমেৰিকা লৈ গৈ লগ কৰিলে ঋষি কাপুৰক। এই সন্দৰ্ভত অভিনেতা অনুপম খেৰে টুইটাৰত টুইট কৰিলে এটা ভিডিঅ’। লগতে জনাই যে, দুয়োজন অভিনেতাই ভাৰত, নিউয়ৰ্ক, চিনেমা জগত আৰু জীৱনৰ স্থিৰতাৰ বিষয়ে বহু গুৰুত্বপূৰ্ণ চৰ্চা কৰে।

বৰ্তমান আমেৰিকাৰ মানহাটান চহৰত দুয়োগৰাকী অভিনেতাই নিজৰ কথাত মচগুল হৈ পদপথত খোজকঢ়া এটি ভিডিঅ’ ভাইৰেল হৈ পৰিছে। চাওঁক এই ভিডিঅ’-

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি