‘কেব’ৰ বিৰুদ্ধে দিল্লীৰ সংসদ ভৱনৰ সন্মুখত ৰিপুণ বৰাৰ অকলেই প্ৰতিবাদ

‘কেব’ৰ বিৰুদ্ধে দিল্লীৰ সংসদ ভৱনৰ সন্মুখত ৰিপুণ বৰাৰ অকলেই প্ৰতিবাদ
  • দিল্লীত সংসদ ভৱনৰ বাহিৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কংগ্ৰেছ সাংসদ ৰিপুণ বৰাৰ প্ৰতিবাদ।
  • হাতত প্লে' কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কংগ্ৰেছ সাংসদগৰাকীৰ।
  • প্ৰতিবাদৰ লগতে এক প্ৰেছ বিজ্ঞপ্তিও প্ৰকাশ কৰিছে ৰিপুণ বৰাই।
  • 'মই অসমৰ কংগ্ৰেছ কৰ্মীসকলৰ প্ৰতি সমৰ্থন আগবঢ়াই এই প্ৰতিবাদ কৰিছো।'
  • 'নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ কংগ্ৰেছ কৰ্মীসকলে অনশন ধৰ্মঘট ৰূপায়ণ কৰিছে।'
  • 'ময়ো ব্যক্তিগতভাৱে সংসদ ভৱনৰ সন্মুখত কেবৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰিছো।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in