ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ উঠাই লওকঃ ৰিপুণ বৰা

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ উঠাই লওক' এই দাবী অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ।
  • বিজেপিক অসমীয়াই কেতিয়াও ক্ষমা নকৰে বুলি মন্তব্য বৰাৰ।
  • প্ৰধানমন্ত্ৰী মোদী, অমিত শ্বাহ, ৰাজনাথ সিং, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাক দেশদ্ৰোহী আখ্যা
  • অখিল গগৈক সমাজসেৱী আখ্যা ৰিপুণ বৰাৰ।
  • 'ত্ৰিপুৰাও বিজেপিৰ শাসনাধিষ্ঠিত ৰাজ্য। তাত এনেধৰণৰ ঘটনা একো ডাঙৰ কথা নহয়।'ত্ৰিপুৰাত নেছ'ৰ প্ৰতিনিধি দলক আৱদ্ধ কৰাক লৈ বৰাই দিলে এই  মন্তব্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in