ইভিএমৰ ভোট গণনাৰ পূৰ্বেই প’ষ্টেল ভোট গণনাৰ আহ্বান জনাই নিৰ্বাচন আয়োগলৈ পত্ৰ ৰিপুন বৰাৰ…

533
  • ই ভি এমৰ ভোট গণনাৰ পূৰ্বেই প’ষ্টেল ভোট গণনাৰ আহ্বান কংগ্ৰেছৰ ।
  • এই সন্দৰ্ভত নিৰ্বাচন আয়োগলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ পত্ৰ ।
  • বিহাৰত নিৰ্বাচন ইভিএমৰ ভোট গননাৰ পিছত পোষ্টেল ভোট গননা কৰা হৈছিল আৰু বহু আসোৱাহ পূৰ্ণ হৈছিল বুলিও পত্ৰত উল্লেখ কৰে ৰিপুন বৰাই ।
  • এনেধৰনৰ ভোটগননাৰ বাবে বহু সংখ্যক প্ৰাৰ্থী কম ব্যৱধানত পৰাস্ত হৈছিল আৰু আসোৱাহ সন্দৰ্ভত সামাজিক মাধ্যমত ব্যাপক সমালোচনা হৈছিল ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি