‘হিমন্ত জ’কাৰ, ৰাইজে জ’কাৰৰ নৃত্য চাই ভোট নিদিয়ে’

ফাইল ফটো
ফাইল ফটো
  • এইবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জ'কাৰ আখ্যা দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।
  • মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ৰ নাচক লৈও কটাক্ষ ৰিপুন বৰাৰ।
  • জ'কাৰৰ নৃত্য চাই ৰাইজে ভোট নিদিয়ে বুলিও মন্তব্য কৰিলে কংগ্ৰেছ নেতাজনে।
  • 'ববিতা শৰ্মাক ৰাইজে জানে'।
  • 'কুইন ওজাতকৈ ববিতা শৰ্মা বহু ওপৰত'।
  • 'ববিতা শৰ্মা বহুত ভোটত জয়ী হ'ব।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in