শেহতীয়া খবৰ
বৃহস্পতিবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনা, ওদালগুৰিত ক'ত কেনেকুৱা নিৰাপত্তা বেষ্টনী...  •  হিমাচলপ্ৰদেশৰ মানালী-কেইলং সংযোগী পথত পুনৰ যান-বাহন চলাচল আৰম্ভ...  •  গোৱালপাৰাতেই ছুইজাৰলেণ্ড! ক’ত আছে এই মনোৰম ঠাই...  •  ৰূপালী পৰ্দাৰ পি এম নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে গোচৰ!  •  ইভিএমৰ টেম্পাৰিঙক লৈ চিন্তিত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী!  •  হঠাৎ কিয় সুমতি হ’ল আম্বানীৰ? লোকসভা নিৰ্বাচনৰ ঘোষণাৰ পূৰ্বে ৰাহুলৰ বিৰুদ্ধে তৰা ৫০০০ কোটি টকীয়া মানহানিৰ গোচৰ প্ৰত্যাহাৰ...  •  বেজেৰাৰ সেহেনিপাৰাত জব্দ তেজপুৰৰ পিকআপ ভান, বাইহাটা থানালৈ অনাৰ পাছত অন্তৰ্ধান চালকসহ ২ যাত্ৰী...  •  ইভিএম ৰক্ষা কৰিবলৈ হাতত অস্ত্ৰ তুলি লওকঃ উপেন্দ্ৰ কুশবাহা, VIDEO  •  দিল্লীৰ অশোক হোটেলত এনডিএ নেতৃত্বৰ নৈশ ভোজন  •  পুৰণিগুদাম মিকিৰহাট নামঘৰৰ নৱনিৰ্মিত ভৱন উদ্ধোধন...

‘হিমন্ত জ’কাৰ, ৰাইজে জ’কাৰৰ নৃত্য চাই ভোট নিদিয়ে’

267
  • এইবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জ’কাৰ আখ্যা দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।
  • মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ৰ নাচক লৈও কটাক্ষ ৰিপুন বৰাৰ।
  • জ’কাৰৰ নৃত্য চাই ৰাইজে ভোট নিদিয়ে বুলিও মন্তব্য কৰিলে কংগ্ৰেছ নেতাজনে।
  • ‘ববিতা শৰ্মাক ৰাইজে জানে’।
  • ‘কুইন ওজাতকৈ ববিতা শৰ্মা বহু ওপৰত’।
  • ‘ববিতা শৰ্মা বহুত ভোটত জয়ী হ’ব।’
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি