আত্মনিৰ্ভৰশীল ভাৰতৰ শ্লোগানৰ সময়তে বন্ধ কৰিছে কাগজ কল : ৰিপুন বৰা..

আত্মনিৰ্ভৰশীল ভাৰতৰ শ্লোগানৰ সময়তে বন্ধ কৰিছে কাগজ কল : ৰিপুন বৰা..
  • ৰাজ্যসভাত নগাঁও আৰু কাছাৰ কাগজ কলক লৈ সৰৱ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা ।
  • ৰাজ্যসভাত কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ ভূমিকাক সমালোচনা কৰে সাংসদ জনে ।
  • শীঘ্রে চৰকাৰক কাগজ কল দুটাৰ পুনৰুজ্জীৱিতকৰণৰ দাবী জনাই সাংসদ জনে ।
  • আত্মনিৰ্ভৰশীল ভাৰতৰ শ্লোগানৰ সময়তে কাগজ কল বন্ধ কৰিছে বুলি মন্তব্য ৰিপুন বৰাৰ ।
  • নিজৰ কাগজ কল দুটা বন্ধ কৰি চীনৰ পৰা কাগজ আমদানি কৰিছো বুলি ব্যক্ত কৰে সাংসদ জনে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in