ৰীমা দাসৰ আন এক কৃৰ্তিত্ব…

ৰীমা দাসৰ আন এক কৃৰ্তিত্ব…
  • ৰীমা দাসলৈ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চৰ 'নৰ্থ ইষ্ট এক্সিলেঞ্চি এৱাৰ্ড'।
  • নতুন দিল্লীৰ হোটেল লী মেৰিডিয়ানত অনুষ্ঠিত নৰ্থ ইষ্ট বিজনেছ ছামিটত এই সন্মান আগবঢ়োৱা হয় চলচ্চিত্ৰ নিৰ্মাতাগৰাকীলৈ।
  • অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে ৰীমা দাসক প্ৰদান কৰে এই বঁটা।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত ৰীমা দাসে কলে 'অসমীয়া জাতিৰ পৰিপন্থী এই বিধেয়ক বাতিল হ'ব লাগে।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in