ৰীমাক কোনে দিলে ১ কোটি টকা?

ৰীমাক কোনে দিলে ১ কোটি টকা?
  • ৰীমা দাসক অসম চৰকাৰে প্ৰদান কৰিলে ১ কোটি টকা।
  • বৃহস্পতিবাৰে এই ধন ৰীমাৰ একাউণ্টলৈ প্ৰেৰণ কৰা হয়।
  • 'ভিলেজ ৰকষ্টাৰ্ছ'ৰ প্ৰচাৰৰ বাবে এই ধন ৰীমাক দিছে ৰাজ্য চৰকাৰে।
  • ছবিখনৰ প্ৰচাৰৰ বাবে যথেষ্ট অৰ্থ সংকটত ভুগিছিল ৰীমাই।
  • ভাৰতৰ পৰা অস্কাৰৰ বাবে 'ভিলেজ ৰকষ্টাৰ্ছে' লাভ কৰিছিল অফিচিলেয় এণ্ট্ৰী।
  • সেয়েহে ছবিখনৰ প্ৰচাৰৰ বাবে প্ৰয়োজন হৈছিল যথেষ্ট ধনৰ।
  • মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল ৰীমাক এই ধন দিয়াৰ কথা।
  • চিএমআৰএফৰ পৰা প্ৰেৰণ কৰা হৈছে এই ধন।
  • এছবিআই, সচিবালয় শাখাৰ পৰা ৰীমাৰ একাউণ্টলৈ প্ৰেৰণ কৰা হয় ধনৰাশি।
  • এই ক্ষেত্ৰত অভিনেতা যতীন বৰাই লৈছিল বিশেষ উদ্যোগ।
  • 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কক যতীন বৰাই জনালে ৰীমাই নিশ্চিত কৰিছে ধন পোৱাৰ কথা।
  • ছ'চিয়েল মিডিয়াযোগে ৰীমাই সকলোকে সহায়ৰ বাবে আহ্বান জনাইছিল।
  • টেলিফোনযোগে কথা পাতিলে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্তীয় আৰু উন্নয়ন নিগমৰ অধ্যক্ষ যতীন বৰাই।
  • এই ধন লাভ কৰাৰ পাছত যথেষ্ট সকাহ লাভ কৰিছে ৰীমাই।

আৰ্থিক সমস্যাকে ধৰি ৰীমাই কি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে অস্কাৰৰ দৌৰত, পঢ়ক তলৰ লেখা-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in