মাজুলী আৰু দৰঙৰ দলগাঁৱত গঁড়ৰ মুক্ত বিচৰণ

মাজুলী আৰু দৰঙৰ দলগাঁৱত গঁড়ৰ মুক্ত বিচৰণ
  • মাজুলী আৰু দৰঙৰ দলগাঁৱত গঁড়ৰ মুক্ত বিচৰণ।
  • খাদ্যৰ সন্ধানত কাজিৰঙাৰ পৰা মাজুলীত প্ৰৱেশ গঁড়টোৰ।
  • সমান্তৰালভাৱে দলগাঁৱতো দুটা গঁড়ৰ তীব্ৰ আতংক।
  • গঁড়ৰ আক্ৰমণত আহত এজন লোক।
  • আহত গদাইঝাৰ গাঁৱৰ সংছেৰ আলী নামৰ এজন লোক।
  • ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নিশা গঁড় দুটা ওলাই অহাৰ সন্দেহ।
  • ঘটনাস্থলীত উপস্থিত বন বিভাগৰ লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in