বিশ্বনাথত গঁড়ৰ মুক্ত বিচৰণ, চাওঁক VIDEO

বিশ্বনাথত গঁড়ৰ মুক্ত বিচৰণ, চাওঁক VIDEO
  • বিশ্বনাথত গঁড়ৰ মুক্ত বিচৰণ।
  • খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়ৰ বিশ্বনাথৰ মৰলগাওঁ, বাঁহবৰীয়া পাম, নিৰলা বস্তি আদি গাঁৱত মুক্ত বিচৰণ।
  • স্থানীয় লোক আতংকিত হৈ পৰে।
  • পিছত বন বিভাগক স্থানীয় লোকে খবৰ দিয়ে।
  • বন বিভাগৰ এটা দল উপস্হিত হৈ গঁড়টোক পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ফালে ঘূৰাই পঠাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in