সাদিন-প্ৰতিদিন আৰু প্ৰাগ নিউজৰ মাজত আৰজি বৰুৱা টি-২০ মিডিয়া ক্ৰিকেটৰ চূড়ান্ত খেল, ১১.৪৫ বজালৈকে ১৫ অভাৰত ৬ উইকেটত সংগ্ৰহ ৯১ ৰান প্ৰাগৰ

সাদিন-প্ৰতিদিন আৰু প্ৰাগ নিউজৰ মাজত আৰজি বৰুৱা টি-২০ মিডিয়া ক্ৰিকেটৰ চূড়ান্ত খেল, ১১.৪৫ বজালৈকে ১৫ অভাৰত ৬ উইকেটত সংগ্ৰহ ৯১ ৰান প্ৰাগৰ
  • বৃহস্পতিবাৰে জজ ফিল্ডত আৰ জি বৰুৱা টি-২০ মিডিয়া ক্ৰিকেটৰ চূড়ান্ত খেল।
  • সাদিন-প্ৰতিদিন গ্ৰুপ আৰু প্ৰাগ নিউজৰ মাজত অনুষ্ঠিত হৈছে এই খেলখন।
  • পুৱা ১০.৩০ বজাৰ পৰা অনুষ্ঠিত হৈছে চূড়ান্ত খেলখন।
  • টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় প্ৰাগ নিউজে।
  • ১১.৪৫ বজালৈকে প্ৰাগ নিউজৰ দলটোৱে ৬ উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে ৯১ ৰান।
  • বৰ্তমানলৈকে সমাপ্ত হৈছে ১৫ অভাৰৰ খেল।
  • উত্তেজনাপূৰ্ণ খেলখনত দুই দলৰ খেলুৱৈসকলে উন্নতমানৰ খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।
  • ৩০ ডিচেম্বৰ, ২০১৯ৰ পৰা জজ ফিল্ডত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in