উত্তৰ গুৱাহাটীৰ লেঙাৰ ভোটকেন্দ্ৰত বিসংগতি, ৭ ডিচেম্বৰত পুনৰ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

উত্তৰ গুৱাহাটীৰ লেঙাৰ ভোটকেন্দ্ৰত বিসংগতি, ৭ ডিচেম্বৰত পুনৰ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
  • উত্তৰ গুৱাহাটীৰ লেঙাৰ ভোটগ্ৰহণ কেন্দ্ৰত বিসংগতি৷
  • আন ভোটকেন্দ্ৰৰ বেলট পেপাৰেৰে চলি আছিল ভোটগ্ৰহণ৷
  • ৮৩নং মান্দাকাটা পঞ্চায়তৰ ১০নং ভোটকেন্দ্ৰত ভোট গ্ৰহণ চলিছিল ৰাণীৰ ভোলাগাঁও ভোটকেন্দ্ৰৰ বেলট পেপাৰেৰে৷
  • এজন ভোটাৰে ভোট দিবলৈ আহি ধৰা পেলায় এই বিসংগতি৷
  • ইয়াৰ পিছতে ভোটকেন্দ্ৰটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ৷
  • ভোটকেন্দ্ৰটোত ৭ ডিচেম্বৰত পুনৰ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ৷
  • এই ঘোষণা কৰে নিৰ্বাচনী আয়োগে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in