শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

মহানগৰীত চাঞ্চল্যকৰ ঘটনা, অৱসৰপ্ৰাপ্ত বিষয়াক অপহৰণ কৰি দুৰ্বৃত্তই লুটিলে ৩ লাখ টকা…

243
  • গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা।
  • অৱসৰপ্ৰাপ্ত বিষয়াক অপহৰণ কৰি ধন লুট।
  • অবসৰী বিষয়া জনৰ নাম সনাতন দেৱ শৰ্মা ।
  • জলপৰিবহন বিভাগৰ অৱসৰ প্ৰাপ্ত বিষয়া শৰ্মা ।
  • ৪-৫ জনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰে থানাৰ সন্মুখৰ পৰা।
  • মাজ বাটত আক্ৰমণ কৰি ৰাজপথত পেলাই গল বিষয়াজনক।
  • ডকাইতৰ দলে লুটি নিলে নগদ ৩ লাখ টকা ।
  • পান বজাৰ থানাৰ সন্মুখৰ বেংকৰ পৰা উলিয়াইছিল ধন খিনি।
  • সংকটজনক অৱস্থাত নেমকেয়াৰ হাস্পতালত ভৰ্তি সনাতন দেৱ শৰ্মা নামৰ লোকজনক।
  • পানবজাৰ থানা, ক্ৰাইম ব্রান্স, মহিলা আৰক্ষী থানাৰ সন্মুখতে এই ঘটনা।
  • পানবজাৰৰ পৰা দুৰ্বৃত্তই নিচাযুক্ত সামগ্ৰী ব্যৱহাৰ কৰি সনাতন দেৱ শৰ্মাক লৈ গৈছিল লালগণেশলৈ।
  • হায়াতত আইচিইউ নথকাত নেমকেয়াৰত ভৰ্তি ভুক্তভোগী লোকজনক।
  • পান বজাৰ থানা ত এজাহাৰ দাখিল পুত্ৰৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি