মহানগৰীত চাঞ্চল্যকৰ ঘটনা, অৱসৰপ্ৰাপ্ত বিষয়াক অপহৰণ কৰি দুৰ্বৃত্তই লুটিলে ৩ লাখ টকা…

মহানগৰীত চাঞ্চল্যকৰ ঘটনা, অৱসৰপ্ৰাপ্ত বিষয়াক অপহৰণ কৰি দুৰ্বৃত্তই লুটিলে ৩ লাখ টকা…
  • গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা।
  • অৱসৰপ্ৰাপ্ত বিষয়াক অপহৰণ কৰি ধন লুট।
  • অবসৰী বিষয়া জনৰ নাম সনাতন দেৱ শৰ্মা ।
  • জলপৰিবহন বিভাগৰ অৱসৰ প্ৰাপ্ত বিষয়া শৰ্মা ।
  • ৪-৫ জনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰে থানাৰ সন্মুখৰ পৰা।
  • মাজ বাটত আক্ৰমণ কৰি ৰাজপথত পেলাই গল বিষয়াজনক।
  • ডকাইতৰ দলে লুটি নিলে নগদ ৩ লাখ টকা ।
  • পান বজাৰ থানাৰ সন্মুখৰ বেংকৰ পৰা উলিয়াইছিল ধন খিনি।
  • সংকটজনক অৱস্থাত নেমকেয়াৰ হাস্পতালত ভৰ্তি সনাতন দেৱ শৰ্মা নামৰ লোকজনক।
  • পানবজাৰ থানা, ক্ৰাইম ব্রান্স, মহিলা আৰক্ষী থানাৰ সন্মুখতে এই ঘটনা।
  • পানবজাৰৰ পৰা দুৰ্বৃত্তই নিচাযুক্ত সামগ্ৰী ব্যৱহাৰ কৰি সনাতন দেৱ শৰ্মাক লৈ গৈছিল লালগণেশলৈ।
  • হায়াতত আইচিইউ নথকাত নেমকেয়াৰত ভৰ্তি ভুক্তভোগী লোকজনক।
  • পান বজাৰ থানা ত এজাহাৰ দাখিল পুত্ৰৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in