শেহতীয়া খবৰ
কোৰোনা ভেকচিনৰ প্ৰথম পৰ্যায়ৰ টিকাকৰনৰ বাবে সাজু হৈছে অৰুনাচল প্ৰদেশ...  •  চাইক্লন বুৰেভিৰ বাবে থিৰুবন্তপুৰম বিমানবন্দৰে স্থগিত কৰে উৰাজাহাজৰ যাত্ৰা...  •  মডেৰ্নাৰ কোৰোনা ভেকচিনে ৩ মাহ পৰ্যন্ত শৰীৰত এণ্টিবডি বোৰ ৰখাত সহায় কৰে...  •  আৰম্ভ হ'ল হাইদৰাবাদ পৌৰ নিগম নিৰ্বাচনৰ ভোটগননা...  •  শনিবাৰে পুনৰ প্ৰতিবাদী কৃষকৰ সৈতে আলোচনাত বহিব কেন্দ্ৰীয় চৰকাৰ...  •  নগাঁৱৰ জলাহগাৱঁৰ ৰাসত গোপী ৰূপত নৃত্য ডাক্তৰৰ, কোৰোনাৰ বাবে সজাগতা...  •  ভোটাৰ তালিকাত নাম অন্তভূক্তকৰনক ব্যাপক তৎপৰতা ধেমাজি জিলা প্ৰশাসনৰ...  •  ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত দুজনৰ মৃত্যু...  •  কৃষকৰ বিভ্ৰান্তি আতৰাবলৈ প্ৰতিটো ব্যৱস্থা গ্ৰহন কৰা হ'ব : কেন্দ্ৰীয় কৃষি মন্ত্ৰী  •  কৃষকৰ বিভ্ৰান্তি আতৰাবলৈ প্ৰতিটো ব্যৱস্থা গ্ৰহন কৰা হ'ব : কেন্দ্ৰীয় কৃষি মন্ত্ৰী

১৫জুলাইত ঘোষণা কৰা হ’ব CBSEৰ দশম শ্ৰেণীৰ ফলাফল…

264

ডিজিটেল ডেস্কঃ সোমবাৰে চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছতে অহা বুধবাৰ তথা ১৫জুলাইত ঘোষণা কৰা হ’ব চি বি এছ ই দশম মান শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল। কেন্দ্ৰীয় মন্ত্ৰী ড০ ৰমেশ পোখিয়ালে এই কথা টুইটাৰযোগে সদৰি কৰে। মন্ত্ৰীগৰাকীয়ে লগতে আগতীয়াকৈ সকলো পৰীক্ষাৰ্থীক শুভকামনা জ্ঞাপন কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি