শেহতীয়া খবৰ
১ লাখ ২ হাজাৰ ৪৬২ জন লোকৰ নাম অন্তৰ্ভূক্তিৰে প্ৰকাশ পালে এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা, সবিশেষ খবৰ...  •  মুজাফ্ফৰপুৰত একিউট এনকেফেলাইটিছ ছিণ্ড্ৰমত আক্ৰান্ত হৈ মৃত্যু হোৱা শিশুৰ সংখ্যা ১৩২ জনলৈ বৃদ্ধি  •  এছ ইউ ভি বাহনে মহতিয়াই নিলে পদপথত শুই থকা লোকক, নিহত ৩ শিশুসহ ৪জন  •  পথ দুৰ্ঘটনাত মন্ত্ৰী পুত্ৰসহ নিহত ৩  •  শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি তুংগত  •  কিছু সময়ৰ পিছতে প্ৰকাশ পাব এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা  •  মন্ত্ৰী নৱ দলেৰ গৃহ পঞ্চায়তত কৃষি বান্ধৰ দুৰ্নীতি, ২০ লাখৰ ঠাইত খৰচ নকৰিলে ১০ হাজাৰো, কাম নকৰাকৈয়ে সৰকালে ৮.৮০ লাখ টকা  •  ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ উদ্যােগত ৰোগীৰ অধিকাৰ দিৱস উদযাপন  •  ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ সন্মুখত শিৰণত আয়োজক দেশ ইংলেণ্ড  •  পৰস্ত্ৰীৰ অশ্লীল ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি ৰঙাঘৰত সোমাল বদৰপুৰৰ সেনা জোৱান

প্লাষ্টিকৰ পেলনীয়া সামগ্ৰীৰে প্ৰস্তুত বিমানৰ ইন্ধন…

107

ডিজিটেল ডেস্কঃপানীৰ বটল তথা প্লাষ্টিকৰ বেগৰ দৰে দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰি পেলাই দিয়া প্লাষ্টিকৰ সামগ্ৰীৰে বিমান ইন্ধন প্ৰস্তুত কৰি উলিয়ালে আমেৰিকাৰ একাংশ গৱেষক তথা বৈজ্ঞানিকসকলে। জানিব পৰা মতে, আমেৰিকাৰ ৱাশ্বিংটন ষ্টেট ইউনিভাৰ্ছিটীৰ গৱেষকসকলে বিমান ইন্ধন প্ৰস্তুত কৰিবলৈ প্ৰথমে প্লাষ্টিকৰ সামগ্ৰীসমূহক এক্টিভেটেড (সক্ৰিয়) কাৰ্বনৰ সৈতে গলাইছে।

বিশ্ববিদ্যালয়খনৰ এছ’চিয়েট অধ্যাপক হানৱু লেইয়ে কয়- ‘প্লাষ্টিকৰ জাৱৰবোৰ সমগ্ৰ বিশ্বৰ বাবেই এক ডাঙৰ সমস্যা। এই প্লাষ্টিকৰ জাৱৰবোৰৰ ব্যৱহাৰৰ এটা ভাল আৰু সাধাৰণ পথ এইটো।’

গৱেষকসকলে প্ৰথমে পানীৰ বলট, প্লাষ্টিকৰ অন্যবোৰ পেলনীয়া সামগ্ৰীসমূহ ৩ মিলি মিটাৰ সৰুকৈ টুকুৰা টুকুৰ কৰি এটা টিউবৰ ভিতৰত ভৰাই ৪৩০ৰ পৰা ৫৭১ ডিগ্ৰী চেলচিয়াছলৈ গৰম কৰি এটা এক্টিভেটেড কাৰ্বনৰ ওপৰত ৰাখি বিমানৰ ইন্ধন প্ৰস্তুত কৰা বুলি জানিবলৈ দিয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি